প্ৰাৰ্থনা‌ || Assamese Prathona || Assamese Bhakti song|Assamese Prayers || NaamGhosa 2022

2,712,377
0
Published 2022-07-26
Singer: Zublee boruah

Assamese Prayers🙌👏🙏🙇:

Nam Ghosa or Naam Ghosa is a Vaishnavite scripture written by Mahapurush Madhavdeva in Sixteenth century. This holy text is one of the most important books of Assamese Vaishnavism. Nam Ghosa contains one thousand (and one) verses and thus was initially known as “Hajari Ghosa”. Madhabdev was the chief disciple of Mahapurush Srimanta Sankardeva, the great social reformer and father of neo-vaishnavism in Assam. His crowning literary work is Naam Ghosa, which lays down the core philosophy of Mahapurushism.

নামঘোষা হৈছে মাধৱদেৱৰ দ্বাৰা ৰচিত, অসমীয়া বৈষ্ণৱ সমাজৰ নামঘৰৰ থাপনাত স্থাপন কৰা চাৰিখন প্ৰধান ধৰ্মপুথিৰ ভিতৰত অন্যতম।অন্য তিনিখন পুথি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত কীৰ্তন, দশম আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত ভক্তি ৰত্নাৱলী। নামঘোষা প্ৰায় ১৫৬৮ − ১৫৯৬ চনত ৰচনা কৰা হৈছিল।

আশা কৰিছোঁ আপুনি নিশ্চয় এই উপভোগ কৰি যদি ভাল লাগিল তেনে বন্ধু বৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু কিবা থাকিলে কমেণ্টত কওঁক । আৰু যদি আপুনি এই চেনেলটোত নতুন তেনেহলে চেনেলটো Subscribed কৰি কাষৰ ঘন্টাটিত ক্লিক কৰিবলৈ নাপাহৰিব । আমাৰ লক্ষ্য পুৰণি কৃষ্টি সস্কৃতি পুনৰ নৱপ্ৰজন্মৰ মাজলৈ আগবঢ়াই নিয়া । তাৰ বাবে আপোনালোকৰ সহায় ৰ প্ৰয়োজন । আপোনালোকৰ যিকোনো ধৰণৰ দিহা পৰামৰ্শ কমেণ্টত বক্সত জনাব । ধন্যবাদ ।

Disclaimer:-
We are not associated with the singers in any way. Making of this VIDEO is an honest and harmless attempt of creating something entertaining to the viewers using parts of this songs. We are not intended in doing harm or misuse of this content, this video is for entertainment purpose only. If in any case Content Owners Team feels that is something harmful and it should be removed, then we have no problem with it. please post a removal request on Youtube. we will do that atleast. Thanks for watching "Fagun Fagun channel Assamese .

#tukarigeet #fagunfagun #Prathona

All Comments (21)
  • @deepakgogoi6891
    Krishna provu mur gorvot thoka xontantik kripa koriba provu 🙏🙏 xusto xobol xontan ati jonmo dido paru jate provu doya koriba🙏🙏
  • পুৱা তে এনে ভক্তি মূলক গীত শুনিবলৈ পাই মনতে খুব সুখ অনুভৱ কৰো, আৰু আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ হৈছে, ভৱিষ্যতে এনে ভক্তি মূলক গীত শুনিবলৈ পালে মই অতিকৈ আনন্দ পাম,,,
  • @kusumbaruah2336
    নমো ৰাম কৃষ্ণ হৰি ৰাম ৰাম কষ্ণ হৰি
  • হে প্ৰভু বিপদৰ পৰা উদ্ধাৰ কৰা । কৃষ্ণ, কৃষ্ণ, কৃষ্ণ
  • সুন্দৰ অতি সুন্দৰ হৈছে আৰু এই ভক্তি মূলক টোকাৰী গীত শুনিবলৈ পাই মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ হয়
  • পুৱা তে এই গীতটো শুনি মই খুব সুখ অনুভৱ কৰো,,, গোপাল গোবিন্দ যদু নন্দ ন,তোমাতে ললো শৰন,
  • পুৱাতে এই ভক্তি মূলক গীত শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ হয়, আপোনাৰ সুৰ অতিকৈ সুন্দৰ আৰু শুনি থাকিবলৈ মন যায় মোৰো
  • @LakshmanKrRay
    Good morning . Krishna ৰাতি পুৱা শুনি খুৱ ভাল লাগিল ॥
  • @kalpanakurmi6000
    ❤❤অন্তৰ চুই ❤❤যায় ❤❤❤মোৰ শুনি ❤❤bohut❤❤ bhal lage ❤❤
  • @bjborah4711
    কৃপা কৰিবা প্ৰভু🙏❤
  • ইমান সুন্দৰ কণ্ঠই মনপ্ৰাণ বিশুদ্ধ কৰি তুলিলে ৷
  • মন শান্ত হৈ যায়...ৰাতিপুৱা গধুলি শুনিলে
  • @borakha
    কৃষ্ণ ❤ কৃষ্ণ
  • @mayurikalita9518
    কৃষ্ণ কৃষ্ণ🙏 অতি সুন্দৰ কন্ঠ ☺️❤️