Sukur ali is Planning Something BIG - অদ্ভুত মানুহ এইজন

854,438
0
Published 2024-04-24

All Comments (21)
  • @Rahul-yv4cm
    "The dress not man a man perfect but character man a man perfect"
  • @PRIJO_
    শুকুৰ আলি,যদিওবা ব্যক্তিজনৰ বিশেষ কোনো আনুষ্ঠানিক শিক্ষা নাই, তসত্বেও কিন্তু তেখেতৰ হৃদয়ত সমাজসেৱাৰ মনোভাৱ বহু শিক্ষিত ব্যক্তিতকৈ অধিক বিৰাজমান।
  • @jashorts147
    বেতাৰ সাহস মানিব লাগিব আগুৱাই যাওক শুভেচ্ছা জনালোঁ 🎉🎉
  • @user-sb3pr6bn3f
    এদিন নহয় এদিন ভাল মানুহ হব এইজন চাই থাকিব যদি তেওঁ জীয়াই থাকে ভালকৈ।
  • @faridabegum4564
    চুকুৰ আলী বৰ সাহসী দেই 100% জয় হক❤
  • @nikunza...4629
    "পোছাকত মানুহৰ পৰিচয় নহয়, ব্যৱহাৰত মানুহৰ পৰিচয়"
  • মানুহ জনক কিবা এটা ভাল লাগে ❤❤❤
  • @bapuduttaa
    কিবা এটা সন্মান আহি গ'ল এই মানুহজনৰ প্ৰতি।
  • @nobinborah8327
    তেওঁ অন্তৰৰ ভিতৰৰ পৰা বহুত সাহসী মানুহ।
  • অসমৰ বেছি সংখ্যক মানুহে চুকুৰ আলীক ঠাট্টা কৰে তাৰ পিছতো যে যিটো আত্মবিশ্বাস ৰাখি কথা কয় মানিব লাগিব..👍
  • আত্ম‌ বিশ্বাস থকা ল'ৰা। এদিন ভাল হ'ব নিশ্চিত। ❤
  • @mukutborah4081
    জিকা নিজিকা দুই নম্বৰ কথা, অন্তখন ভাল আৰু সাহসীয়াল। 🙏
  • @sanugogoi753
    বহুত আগতেই বনাব লাগিছিল video টো dimpu da ❤❤❤ মানুহে যি টি কৈ থকাহে শুনো ,তেওঁক উপলুঙা কৰে সবেই,কিন্তু এটা কথা সঁচা তেওঁৰ নিছিনা সৎ সাহস আৰু বেলেগ কাৰুৰেই নাই 😎😎
  • @AdsEmpire
    Sukur Ali is one of the most confident man in Assam ……❤❤
  • চুকুৰ কাকা শুভ কামনা জনালোঁ
  • @ujjalroy9963
    Vote for sukur ali......Sukur ali jikile sorkar a democracyr power gom pabo🎉❤