Internal conflicts in political parties | BJP conflicts | Lok Sabha |

216,620
0
2024-05-17に共有

コメント (21)
  • যোৰহাটত গৌৰৱ জয় হলে মামাই cm এৰাই ভাল হ'ব।
  • লোকসভাত কিবা কাৰণত হাৰিলেও 2026ৰ বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈয়ে ধুমুহা অনাৰ সম্ভাৱনা আছে
  • গৌৰৱ গগৈ জয়ী হোৱাটো অসমৰ বাবে ভাল হৱ, কাৰণ তপন গগৈ এজন নিস্ক্ৰিয় মানুহ।
  • যোৰহাট আৰু ডিব্ৰুগড়ৰত দুই গগৈ জিকাতো ১০০℅ ।
  • কেবল গৌৰৱ গগৈ জিকিলেই অসমত নতুন ৰাজনীতি আৰম্ভ হব
  • বি জে পিৰ এইবাৰ আশা নায় ।
  • ই ভি এম তেম্পাৰিঙ কৰিব পাৰে মামাই নহ'লে জিকিব নোৱাৰে।
  • ইভিএম দেৱতাৰ কৃপাত গৌৰৱ গগৈক জয়ী হোৱাত বাধা প্রদান কৰিবলৈ সাজু হৈ আছে বুলি চৰ্চা হবলৈ আৰম্ভ কৰিছে
  • ভোটাৰ ৰাইজৰ মূৰত মাল আছে। নেতাৰ কথাত ৰাইজে উঠা বহা নকৰে।
  • অহা ইলেকচনত bjp ৰ দশা চাবলৈ মজা হ'ব।
  • মই ভাবো গৌৰৱ গগৈ কোনো শক্তি জিকাত বাধা দিব নোৱাৰে অসমৰ ভিতৰত জ্ঞানী লোক আছে যোৰহাট অসমৰ মানুহ গৌৰৱ গগৈ মৰম কৰে কিন্তু অন্ধ ভক্ত বিলাকে ভাবি আছে গৌৰৱ গগৈ জিকিব নোৱাৰি ভাবি আছে অসম মানুহ গৌৰৱ গগৈ জিকাই অসমীয়া জ্ঞানী বুলি বিশ্বৰ দিখাই দিব
  • Congress --Guwahati,Nagaon,Dhubri,Jorhat.... BPF--Mangoldoi Udalguri, Kokrajhar